অল ইছলাম লাইব্ৰেৰী

108 - The Abundance - Al-Kawthar

:1

নিশ্চয় আমি তোমাক আল-কাউছাৰ প্ৰদান কৰিছোঁ।

:2

এতেকে তুমি তোমাৰ প্ৰতিপালকৰ উদ্দেশ্যে ছালাত আদায় কৰা আৰু কোৰবানী কৰা।

:3

নিশ্চয় তোমাৰ প্ৰতি বিদ্বেষ পোষণকাৰীয়েই নিৰ্বংশ।