অল ইছলাম লাইব্ৰেৰী

114 - Mankind - An-Nās

:1

কোৱা- মই মানুহৰ প্ৰতিপালকৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ

:2

মানুহৰ অধিপতিৰ,

:3

মানুহৰ ইলাহৰ ওচৰত,

:4

আত্মগোপনকাৰী কুমন্ত্ৰণাদাতাৰ অনিষ্টৰ পৰা,

:5

যিয়ে মানুহৰ মনত কুমন্ত্ৰণা দিয়ে,

:6

জিনৰ মাজৰ পৰা আৰু মানুহৰ মাজৰ পৰা।