অল ইছলাম লাইব্ৰেৰী

113 - The Daybreak - Al-Falaq

1

কোৱা, মই আশ্ৰয় বিচাৰো উষাৰ প্ৰতিপালকৰ।

2

তেওঁ যি সৃষ্টি কৰিছে তাৰ অনিষ্টৰ পৰা,

3

আৰু ৰাতিৰ অন্ধকাৰৰ অনিষ্টৰ পৰা, যেতিয়া ই গভীৰ হয়,

4

আৰু সেইসকল নাৰীৰ অনিষ্টৰ পৰা যিসকলে গাঁঠিত ফুঁ দিয়ে,

5

আৰু হিংসুকৰ অনিষ্টৰ পৰা, যেতিয়া সি হিংসা কৰে।