অল ইছলাম লাইব্ৰেৰী

103 - The Declining Day - Al-`Aşr

:1

সময়ৰ শপত,

:2

নিশ্চয় মানুহ ক্ষতিগ্ৰস্থতাত নিপতিত,

:3

কিন্তু তেওঁলোকৰ বাহিৰে, যিসকলে ঈমান আনিছে আৰু সত্কাম কৰিছে লগতে (যিসকলে) পৰস্পৰক সত্যৰ উপদেশ দিয়ে আৰু ধৈৰ্য ধাৰণ কৰিবলৈ উত্সাহ দিয়ে।